পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে হেৰুওৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

হেৰুওৱা   ক্ৰিয়া

অর্থ : নিজৰ কিবা বস্তু কʼৰবাত এৰি অহা, ৰৈ যোৱা বা হাতৰ পৰা ওলাই যোৱা

উদাহরণ : মোৰ পাঁচশ টকা হেৰালে

অর্থ : কোনো বস্তুৰ ওপৰত থকা স্বত্ব গুচি যোৱা

উদাহরণ : ধনৰ লালসাত পৰি ্তেওঁ নিজৰ প্রাণ হেৰুৱালে

অর্থ : কোনো অৱস্থা, কার্য, সময় আদিক হাতৰ পৰা যাবলৈ দিয়া

উদাহরণ : তেওঁ সুৱর্ণ সুযোগ হেৰুৱালে তেওঁ নিজৰ সন্মান হেৰুৱালে

चौपाल