পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে হেতু শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

হেতু   বিশেষ্য

অর্থ : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়

উদাহরণ : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়

সমার্থক : অর্থ, কাৰক, কাৰণ, নিমিত্ত, মূল

অর্থ : প্রমাণিত কৰা কোনো কথা

উদাহরণ : উকীলে হেতুৰ সন্ধানত লাগি আছে

অর্থ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ

উদাহরণ : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?

সমার্থক : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, মতলব, লক্ষ্য

অর্থ : মূল কাৰণ

উদাহরণ : সমস্যাৰ হেতুৰ প্রতি ধ্যান দি সমাধান বিচাৰক

चौपाल