পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে হিন্দী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

হিন্দী   বিশেষ্য

অর্থ : ভাৰতৰ উত্তৰ আৰু মধ্য ভাগত কোৱা আৰু দেৱনাগৰী লিপিত লিখা ভাষা বিশেষ

উদাহরণ : হিন্দী ভাৰতৰ ৰাষ্ট্রভাষা

সমার্থক : হিন্দী ভাষা

অর্থ : যি বিষয়ত হিন্দী ভাষা আৰু তাৰ সাহিত্য, ব্যাকৰণ আদি অধ্যয়ন কৰা হয়

উদাহরণ : মই হিন্দীত এশ শতাংশ নম্বৰ লাভ কৰিছোঁ

হিন্দী   বিশেষণ

অর্থ : হিন্দী ভাষাৰ বা হিন্দী ভাষাৰ সৈতে সম্বন্ধ থকা

উদাহরণ : মই হিন্দী চিনেমা চাবলৈ ভাল পাওঁ

चौपाल