পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে হিত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

হিত   বিশেষ্য

অর্থ : কাৰোবাৰ ভালৰ কাৰণে কাৰোবাৰ দ্বাৰা বা আন কোনো প্রকাৰেৰে হোৱা কার্য

উদাহরণ : সকলোৰে মংগল হোৱা কাম কৰা উচিত

সমার্থক : কল্যাণ, ভাল, মংগল, লাভ

অর্থ : কাৰোবাৰ ভাল বা হিতসাধন কৰা কার্য

উদাহরণ : সৎলোকে সকলোৰে উপকাৰ সাধে

সমার্থক : উপকাৰ, ভাল

चौपाल