অর্থ : পেট আৰু কলিজাৰ বায়ু অলপ ৰখাই ৰখাই ডিঙিৰে উলিয়াই দিয়া বা ওলাই অহা এক দৈহিক কার্য
উদাহরণ :
শিশুটোৰ বৰকৈ হিঁকটি আহিছে
অর্থ : ভয়ৰ কাৰণে কথা কʼবলৈ সংকোচ কৰা
উদাহরণ :
মালিকক দেখি চকীদাৰটোৰ হিঁকটি বন্ধ হৈ গʼল
সমার্থক : হেঁকেটি