পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে স্বীকৃতি দিয়া শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

স্বীকৃতি দিয়া   ক্ৰিয়া

অর্থ : প্রস্তাৱ আদি মানি লোৱা বা কোনো কাম কৰিবৰ কাৰণে যোগাত্মক ৰূপত স্বীকাৰ কৰা

উদাহরণ : প্রাধ্যাপকে আমাৰ এই কামটোক স্বীকৃতি দিলে

সমার্থক : সন্মতি জনোৱা, স্বীকাৰ কৰা, হাঁ কৰা

অর্থ : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা

উদাহরণ : ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়

সমার্থক : মানা, স্বীকাৰ কৰা

चौपाल