অর্থ : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ বিস্তাৰিত অংশ
উদাহরণ :
গৰমৰ দিনত পানীৰ স্তৰ তললৈ নামি যায়
সমার্থক : তল
অর্থ : প্রবলতা, মাত্রা, গুণ আদিৰ ভিত্তিত এক স্থিতি
উদাহরণ :
প্রযুক্তিবিদ্যাৰ উন্নতি বিশ্ব স্তৰত বৰ বেগেৰে হৈ আছে