পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সেৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সেৱা   বিশেষ্য

অর্থ : জ্যেষ্ঠ, পূজনীয়, স্বামী আদিৰ সুখৰ কাৰণে কৰা কাম

উদাহরণ : তেওঁ দিন-ৰাতি মাক-দেউতাকৰ সেৱাত ব্রতী হৈ থাকে

সমার্থক : পৰি্চর্যা

অর্থ : কোনো বিশেষ বিভাগৰ দায়িত্বত থকা সার্বজনিক বা ৰাজহুৱা কার্য

উদাহরণ : আজিকালি ৰেল আৰু বিমান সেৱা অধিক সুচল হৈ পৰিছে

অর্থ : নকৰ বা চাকৰৰ কাম

উদাহরণ : এই ঘৰটোৰ সেৱা মই আজি কুৰি বছৰ ধৰি কৰি আহিছো

অর্থ : আনৰ বাবে কর্তব্যৰ পালন, স্থানৰ ব্যৱস্থাআৰু সহায়কাৰী উপকৰণ আদি

উদাহরণ : ইয়াৰ হোটেলবোৰত ভাল সেৱা পোৱা যায়

অর্থ : ভৰি চুই আদৰপূর্বক অভিবাদন জনোৱা কার্য

উদাহরণ : তেওঁ গুৰুক ্সেৱা জনালে

সমার্থক : প্রণাম

चौपाल