অর্থ : চেনী, নিমখ বা জলকীয়া আদি যিমান মাত্রাত থাকিব লাগে তাতকৈ কম থকা
উদাহরণ :
মোৰ সেৰসেৰীয়া আঞ্জা একেবাৰে ভাল নালাগে
অর্থ : যʼত কোনো সোৱাদ নাই
উদাহরণ :
আজিৰ আহাৰ সেৰসেৰীয়া হৈছে
সমার্থক : নীৰস, বিৰস, সেৰেকা, সোৱাদ নোহোৱা, স্বাদহীন