অর্থ : যাক ভালদৰে ৰক্ষা কৰা হৈছে
উদাহরণ :
আপোনাৰ লʼৰাটো মোৰ ওচৰত সুৰক্ষিত হৈ আছে
অর্থ : হানি নোহোৱাকৈ থকা এক স্থিতি বা পৰিস্থিতি
উদাহরণ :
আন্ধাৰ হোৱাৰ আগতেই আমি এক সুৰক্ষিত ঠাইত গৈ উপনীত হʼলো
সমার্থক : নিৰাপদ