সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : স্বর্গ আদিত বাস কৰে বুলি বিশ্বাস কৰি ভক্তি সহকাৰে পূজা কৰা অমৰ প্রাণী
উদাহরণ : এই মন্দিৰটোত ভালেমান দেৱতাৰ মূর্তি স্থাপন কৰা আছে
সমার্থক : দেৱ, দেৱতা, দৈত্যাৰি
অর্থ : সংগীতৰ সাতোটা নিশ্চিত ধ্বনি
উদাহরণ : ষড়জ, ঋষভ, গান্ধাৰ, মধ্যম, পঙ্কজ, ধৈৱৎ আৰু নিষাদ -- এই কেইটা সংগীতৰ সপ্ত স্বৰ
সমার্থক : স্বৰ
অর্থ : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা
উদাহরণ : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল
সমার্থক : কণ্ঠ, লয়
অর্থ : যিজনে বীৰত্বৰে বা সাহসেৰে কোনো কাম কৰে
উদাহরণ : সাহসী ব্যক্তিয়ে কেতিয়াও কোনো কামত পিছ ্ হোঁহকা নিদিয়ে
সমার্থক : পৰাক্রমী, বলৱান, বাহাদুৰ, বীৰ, সাহসী
ইনস্টল