পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সুহুৰি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সুহুৰি   বিশেষ্য

অর্থ : ওঁঠ দুখন একেলগে সংকোচন কৰি বাহিৰলৈ বতাহ উলিয়াই কৰা মিহি অথচ তীব্র এক ধৰণৰ শ্্ব্দ

উদাহরণ : শ্যামে শ্রেণীত প্রৱেশ কৰিয়েই জোৰেৰে সুহুৰি বজালে

অর্থ : বজালে সুহুৰিৰ দৰে শ্্ব্দ হোৱা এবিধ সৰু বাজনা

উদাহরণ : পুলিচজনে সহকর্মীসকলক মাতিবৰ কাৰণে বাৰে-বাৰে সুহুৰি বজালে

चौपाल