সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজনে বীৰত্বৰে বা সাহসেৰে কোনো কাম কৰে
উদাহরণ : সাহসী ব্যক্তিয়ে কেতিয়াও কোনো কামত পিছ ্ হোঁহকা নিদিয়ে
সমার্থক : পৰাক্রমী, বলৱান, বাহাদুৰ, বীৰ, সুৰ
অর্থ : যাৰ সাহস আছে বা সাহস ৰাখোতা
উদাহরণ : সাহসী লোকে নিজৰ সাহসেৰে ডাঙৰ কাম কৰি দেখুৱায়
সমার্থক : বাহাদুৰ
ইনস্টল