পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সাধন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সাধন   বিশেষ্য

অর্থ : কার্য আৰম্ভ কৰি সিদ্ধ বা সম্পূর্ণ ্কৰা কার্য

উদাহরণ : তেওঁ ্যোগৰ দ্বাৰা স্বাস্থ্য সাধনত নিপুনতা লাভ কৰিলে

অর্থ : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়

উদাহরণ : কুঠাৰ এবিধ সাধাৰণ সঁজুলি

সমার্থক : উপকৰণ, যতন, সঁজুলি, হাতিয়াৰ, হাথিয়াৰ

অর্থ : যাৰ দ্বাৰা বা যাৰ সহায়ত কোনো কাম আদি সিদ্ধি হয়

উদাহরণ : বাহন ভ্রমণৰ এক মাধ্যম

সমার্থক : মাধ্যম

অর্থ : কোনো বস্তু সাজিবলৈ বা কোনো কামত ব্যৱহৃত বস্তু

উদাহরণ : তেওঁ ্ বজাৰৰ পৰা নিজৰ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ খেলা সামগ্রী কিনিলে

সমার্থক : উপকৰণ, সামগ্রী

चौपाल