পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সাজোন-কাচোন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সাজোন-কাচোন   বিশেষ্য

অর্থ : উপৰুৱাকৈ কৰা শৃংগাৰ

উদাহরণ : শীলাই কʼৰবালৈ যোৱাৰ আগতে ঘণ্টা ধৰি সাজন-কাচন কৰে

সমার্থক : সাজন-কাচন

অর্থ : সাজ-সজ্জা কৰা বা সজ্জিত হোৱা কার্য

উদাহরণ : বেছিভাগ মহিলাই সাজোন-কাচোন কৰিহে ঘৰৰ পৰা বাহিৰলৈ ওলায় মোৰ সাজোন-কাচোন কৰি ভাল নালাগে

সমার্থক : সাজ-সজ্জা

অর্থ : আ-অলংকাৰ, কাপোৰ আদিৰে স্ত্রীসকলে নিজকে নিজে সজোৱা কার্য

উদাহরণ : সীতাই প্রসাধন-কক্ষত এঘণ্টা ধৰি ৰূপসজ্জা কৰি আছে

সমার্থক : শৃংগাৰ, শৃঙ্গাৰ, সাজ-সজ্জা, ৰূপসজ্জা

সাজোন-কাচোন   বিশেষণ

অর্থ : যি সাজ-সজ্জা কৰিছে

উদাহরণ : সমাৰোহলৈ উপস্থিত প্রত্যেক ব্যক্তিয়ে সাজোন-কাচোন কৰি আহিছিল

चौपाल