পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সময় শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সময়   বিশেষ্য

অর্থ : ভোজন কৰাৰ নিশ্চিত সময়

উদাহরণ : আজিও আমাৰ দেশৰ দুখীয়াসকলে দিনে দুবেলা খাবলৈ নাপায়

সমার্থক : বেলা

অর্থ : যি সাধন স্বৰূপ সময়াবধি কাৰোবাৰ নিয়ন্ত্রণত থাকে

উদাহরণ : মোৰ ওচৰত খাবৰ বাবেও সময় নাই মোৰ বেছিভাগ সময় আপোনাৰ এই কামতেই গুছি গʼল

অর্থ : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি

উদাহরণ : সময় কাৰোবাবে ৰৈ নাথাকে

সমার্থক : কাল, ক্ষণ, বেলা

অর্থ : * যিখিনি সময়ক লৈ কাৰোবাৰ জীৱন গঢ় লৈ উঠিছে

উদাহরণ : ৰজাৰ শেষৰ সময়খিনি বৰ কষ্টদায়ক আছিল

সমার্থক : মুহূর্ত

অর্থ : কোনো বিশেষ অৱস্থাত কোনো কাম কৰাৰ কাৰণে বা নিজৰ দায়িত্ব সম্পূর্ণ ্কৰাৰ কাৰণে পোৱা সময়

উদাহরণ : ঋণ পৰিশোধ কৰাৰ কাৰণে আপোনাক আৰু চাৰিদিনৰ সময় দিয়া হৈছে

অর্থ : কোনো কাম বা উদ্দেশ্য সহজতে সোনকালে আৰু সুবিধাজনকভাৱে হোৱা এক সময় বা পৰিস্থিতি

উদাহরণ : এই কামটো কৰিবৰ সময় হʼল

সমার্থক : ক্ষণ, দাও, বেলা, সুচল, সুযোগ

অর্থ : ইতিহাসৰ এনে এটা বৃহৎ সময়, যʼত প্রধানকৈ একে ধৰণৰ কাম, ঘটনা আদি হয়

উদাহরণ : বৈষ্ণৱ যুগক অসমীয়া সাহিত্যৰ স্বর্ণ-যুগ বোলা হয়

সমার্থক : কাল, যুগ

चौपाल