অর্থ : ফুলৰ কাৰণে বিশেষভাৱে প্রসিদ্ধ উদ্ভিদ
উদাহরণ :
চম্পা, তগৰ আদি সপুষ্পক উদ্ভিদ
সমার্থক : ফুলযুক্ত উদ্ভিদ
অর্থ : ফুলৰ কাৰণে প্রসিদ্ধ উদ্ভিদ বিশেষ
উদাহরণ :
বাগিছাত বহুত ধুনীয়া ধুনীয়া সপুষ্পক উদ্ভিদ আছিল
সমার্থক : ফুলযুক্ত