পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সন্মতি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সন্মতি   বিশেষ্য

অর্থ : কোনো বস্তু পচন্দ কৰা বা ভাল বুলি অনুভৱ কৰা কার্য ্বা ভাব

উদাহরণ : তেওঁৰ সন্মতিত আমি সন্তুষ্ট হৈছোঁ

সমার্থক : অনুমোদন, স্বীকৃতি

অর্থ : ওঁ বুলি কোৱা কার্য

উদাহরণ : দেউতাই সন্মতি দিলেহে মই এইটো কাম কৰিম

সমার্থক : হয়ভৰ

অর্থ : সহমত প্রকাশ কৰা ভাব বা কার্য

উদাহরণ : তেওঁলোক দুয়োজনে সন্মতি জনাইছে

সমার্থক : ্মান্তি, ্সমর্থন, ৰাজি, ৰাজী

অর্থ : বিশেষ অৱস্থাত কাম কৰিবলৈ অথবা কর্তব্য বা দায়িত্ব পূৰণ কৰিবলৈ কাৰোবাক দিয়া অনুমতি

উদাহরণ : পৰীক্ষাত কেলকুলেটৰ ব্যৱহাৰৰ সুযোগ দিয়া হৈছে

সমার্থক : অনুজ্ঞা দান, মঞ্জুৰি, সুযোগ

चौपाल