পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সন্তোষ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সন্তোষ   বিশেষ্য

অর্থ : কোনো কথা বা কামৰ বাঞ্ছা নকৰাকৈ সদায় প্রসন্ন হৈ থকা মনৰ এক অৱস্থা

উদাহরণ : সন্তোষে মানুহৰ সুখ আৰু শান্তি প্রদান কৰে

অর্থ : তৃপ্ত হোৱাৰ অৱস্থা বা ভাব

উদাহরণ : বুদ্ধই জ্ঞানপ্রাপ্তিৰ পিছত তৃপ্তি লভিলে

সমার্থক : তৃপ্তি, পৰিতুষ্টি, পৰিতৃপ্তি, পৰিতোষ, সন্তুষ্টি

অর্থ : ভয়ানক অৱস্থাতো হোৱা সন্তোষজনক কোনো কথা

উদাহরণ : সন্তোষৰ কথা যে গুলীটো ভৰিত লাগিল

অর্থ : সন্তুষ্ট হোৱাৰ ভাব বা অৱস্থা

উদাহরণ : ৰামৰ চেহেৰাত সন্তুষ্টিৰ ৰেঙণি আছিল

সমার্থক : আনন্দ, আহ্লাদ, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, প্রফুল্লতা, প্রসন্নতা, সন্তুষ্টি, স্ফূর্ত্তি, হৰিষ, ্হর্ষ

অর্থ : কোনো কথাৰ চিন্তা, অপেক্ষা বা অভিযোগ নথকা বা কোনো কথাৰ দ্বাৰা সম্পূর্ণ্্ভাৱে প্রসন্ন হোৱা ভাব

উদাহরণ : মোৰ কামৰ দ্বাৰা আপুনি সন্তোষ পাইছেনে নাই

সমার্থক : সন্তুষ্টি

चौपाल