অর্থ : যাৰ সন্তান নাই (পুৰুষ)
উদাহরণ :
সন্তানহীন মংগলে দ্বিতীয় বিবাহ কৰাবৰ বাবে অসন্মত হʼল
অর্থ : যাৰ কোনো সন্তান নাই
উদাহরণ :
নিঃসন্তান শুক্লা দম্পত্তিয়ে অনাথ আশ্রমৰ পৰা এটা কেঁচুৱা কোলাত তুলি লʼলে
সমার্থক : নিঃসন্তান