পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সদন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সদন   বিশেষ্য

অর্থ : সভাত উপস্থিত বহুতো লোক, দর্শকৰ সমূহ

উদাহরণ : সদন নৃত্যপটীয়সীৰ নৃত্য উপভোগ কৰাত মগ্ন হৈ আছিল

অর্থ : কোনো বিষয় আদিৰওপৰত বিচাৰ-বিবেচনা কৰা বা নিয়ম, বিধান আদি তৈয়াৰ কৰাৰ কাৰণে হোৱা সভা বা তাত উপস্থিত হোৱা লোকৰ সমূহ

উদাহরণ : সদনে আজি এই বিধেয়কখন গৃহীত কৰাৰ সম্ভাৱনা আছে

অর্থ : যি ঠাইত কোনো বিষয়ৰ বিচাৰ কৰা অথবা নিয়ম, বিধান আদি তৈয়াৰ কৰাৰ বাবে সভা বা অধিৱেশন অনুষ্ঠিত কৰা হয়

উদাহরণ : মন্ত্রী মহোদয়ে সদনত এইমাত্র প্রৱেশ কৰিছে

অর্থ : যি ভৱনত বহুতো লোক দর্শক-্শ্রোতাৰ ৰূপত উপস্থিত হʼব পাৰে

উদাহরণ : নাট্য সদন দর্শকেৰে ভৰি আছিল

चौपाल