পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সংসদ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সংসদ   বিশেষ্য

অর্থ : দেশৰ শাসন সম্পর্কীয় কাম-কাজৰ সঞ্চালনা কৰা ভৱন

উদাহরণ : সন্ত্রাসবাদৰ কাৰণে সংসদ ভৱনৰ সুৰক্ষা বঢ়াই দিয়া হৈছে

সমার্থক : সংসদ ভৱন

অর্থ : দেশৰ শাসন ব্যৱস্থাৰ সুচাৰু সম্পাদনৰ বাবে নাগৰিকৰ দ্বাৰা নি্র্বাচন কৰা প্রতিনিধিৰ সভা যি ৰাজ্য অথবা শাসন সম্বন্ধীয় কামত সহায়ৰ বাবে আইন প্রস্তুত কৰে

উদাহরণ : সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে

चौपाल