পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সংযমী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সংযমী   বিশেষ্য

অর্থ : মন বা চিত্তৰ বৃত্তিক বশ কৰা ক্রিয়া

উদাহরণ : সংযমৰ দ্বাৰা ৰোগৰ পৰা ৰক্ষা পাব পাৰি

সমার্থক : আত্মনিগ্রহ, আত্মসংযম, আত্মিনয়ন্ত্রণ, সংযম, সংযমন

সংযমী   বিশেষণ

অর্থ : যি সংযম হৈ থাকে

উদাহরণ : সংযমী লোকৰ কেতিয়াও বেমাৰ নহয়

সমার্থক : পৰিমিত, সংযত, সংযমকাৰী, সংযমপৰায়ণ, সংযমশীল, সংযমিত, সুসংযত, সুসংযমী

অর্থ : যি ইন্দ্রিয়ক নিজৰ অধীনত ৰাখে বা ইন্দ্রিয়ৰ নিগ্রহ কৰোঁতা

উদাহরণ : ইন্দ্রিয়নিগ্রহী ব্যক্তিয়ে বাস্তৱিক সুখৰ আনন্দ লʼব পাৰে

সমার্থক : ইন্দ্রিয়নিগ্রহী

অর্থ : যʼত সংযম থাকে

উদাহরণ : সংযমী ্কর্ম কৰি মানুহে নিজৰ জীৱন সফল কৰিব পাৰে

অর্থ : দোষৰ পৰা বিৰত থকা

উদাহরণ : সন্তসকল সংযমী হোৱা আৱশ্যকীয়

সমার্থক : নিগ্রহী

चौपाल