পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সংযত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সংযত   বিশেষণ

অর্থ : যি সংযম হৈ থাকে

উদাহরণ : সংযমী লোকৰ কেতিয়াও বেমাৰ নহয়

সমার্থক : পৰিমিত, সংযমকাৰী, সংযমপৰায়ণ, সংযমশীল, সংযমিত, সংযমী, সুসংযত, সুসংযমী

অর্থ : কোনো ধৰণৰ সীমা বা মর্যাদাৰ সৈতে থকা আৰু তাৰ উলঙ্ঘন নকৰাজন

উদাহরণ : মর্যাদাসম্পন্ন ব্যক্তি শ্রদ্ধাৰ পাত্র হয়

সমার্থক : মর্যাদাসম্পন্ন

অর্থ : বাসনা আৰু মনক নিজৰ বশত ৰখোতা

উদাহরণ : সংযত ব্যক্তিয়েহে ধর্ম্্সাধনাৰ শী্র্ষত আৰোহণ কৰিব পাৰে

অর্থ : নিয়ম, সংযম আদিৰে বান্ধ খাই থকা

উদাহরণ : সংযত জীয়াই থাকিলে মানুহ সুখেৰে থাকে

चौपाल