পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সংজ্ঞা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সংজ্ঞা   বিশেষ্য

অর্থ : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ

উদাহরণ : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল

সমার্থক : জ্ঞান, বোধ, বোধি, সজ্ঞান

অর্থ : জ্ঞান আৰু বুদ্ধি

উদাহরণ : ক্রোধ, উত্তেজনাবশতঃ আমি প্রায়েই আমাৰ চেতনা হেৰুৱাই পেলাওঁ

সমার্থক : চেতনা, বিচাৰ-বুদ্ধি

অর্থ : যি শ্্ব্দৰ দ্বাৰা কোনো বস্তু বা ব্যক্তি আদিৰ বোধ জন্মে বা যি শ্্ব্দৰে কাৰোবাক মতা হয়

উদাহরণ : আমাৰ আচার্যদেৱৰ নাম শ্রীপুষ্পক ভট্টাচার্য

সমার্থক : নাম

অর্থ : কোনো বাস্তৱিক বা কল্পিত বস্তুৰ বোধ জন্মোৱা ব্যাকৰণৰ পৰি্ৱর্তনশীল শ্্ব্দ বিশেষ অথবা কোনো ব্যক্তি, বস্তু আৰু ঠাই আদি সূচোৱা শ্্ব্দ বিশেষ

উদাহরণ : তেওঁ বিশেষ্যৰ বিষয়ে অধ্যয়ন কৰি আছে

সমার্থক : বিশেষ্য

चौपाल