পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সংগত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সংগত   বিশেষ্য

অর্থ : গায়কৰ লগত বাজনা বজাই বাদ্য বজাই সহায় কৰা কার্য

উদাহরণ : বাঁহীবাদক পণ্ডিত চৌৰাচিয়াৰ লগত তবলা সংগত কৰিবৰ কাৰণে জাকিৰ হুচেইন আহিছে

সমার্থক : সঙ্গত

সংগত   বিশেষণ

অর্থ : যি কোনো কাম কৰিবৰ বাবে সমর্থ

উদাহরণ : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল

সমার্থক : উচিত, উপযুক্ত, ঠিক, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য

অর্থ : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল

উদাহরণ :

সমার্থক : উচিত, উপযুক্ত, ঠিক, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সমীচীন, সমুচিত, হক, ্ যথাযথ

चौपाल