অর্থ : যি বিশাল বা উদাৰ নহয়
উদাহরণ :
জাতি, ্ধর্ম আদিৰ ভেদভাৱ সংকুচিত মানসিকতাৰ পৰিচায়ক
সমার্থক : সঙ্কোচিত
অর্থ : যাৰ সংকোচন হৈছে
উদাহরণ :
সীতাই সংকুচিত কাপোৰবোৰ ইস্ত্রী কৰি আছে
সমার্থক : কুণ্ঠিত, নিমিলত, সঙ্কুচিত, ্কোঁচ খাই থকা-