পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে শৰণার্থী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

শৰণার্থী   বিশেষ্য

অর্থ : যিজনে কোনো ঠাইত আশ্রয় লʼব বিচাৰে

উদাহরণ : ভগৱানে শৰণার্থীসকলৰ ৰক্ষা কৰে

অর্থ : যাক নিজৰ বাসস্থানৰ পৰা বলপূর্বক্্ভাৱে আঁত্্ৰাই পঠোৱা হৈছে অথবা যি অন্য ঠাইত আশ্রয় লাভ কৰি থাকিবলৈ লৈছে

উদাহরণ : অসমত বহুত বেছি বিদেশী শৰণার্থীয়ে বসবাস কৰি আছে

সমার্থক : ৰিফিউজী

শৰণার্থী   বিশেষণ

অর্থ : যি অন্য ঠাইত শৰণ লাভ কৰি থাকিবলৈ বিচাৰিছে বা যাক নিজৰ বাসস্থানৰ পৰা বলপূর্বক আঁত্্ৰাই পঠোৱা হৈছে

উদাহরণ : শৰণার্থী চলমান এতিয়াও আমেৰিকাতেই আছে

সমার্থক : ৰিফিউজী

चौपाल