পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে শোষণ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

শোষণ   বিশেষ্য

অর্থ : দুর্বল ্বা অধীনস্থ কোনো লোকৰ পৰিশ্রম, আয় আদিৰ পৰা অনুচিত লাভ উঠোৱা কার্য

উদাহরণ : ঠিকাদাৰে মজদূৰক শোষণ কৰি আছে

সমার্থক : নিষ্পেষণ

অর্থ : আনৰ লগত বলপূর্ব্্কভাৱে কৰা অনুচিত ব্যৱহাৰ যাৰ কাৰণে তেওঁৰ বহুত কষ্ট হয়

উদাহরণ : ইংৰাজে ভাৰতীয় জনতাৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল

সমার্থক : অত্যাচাৰ, অত্যাচাৰ-উৎপীড়ন, অন্যায়, অন্যায়-অত্যাচাৰ, উপদ্রৱ, উৎপাত, উৎপীড়ন, নিপীড়ন, নিষ্পেষণ, নি্র্যাতন নি্র্য্যাতন, পীড়ন

অর্থ : কোনো বস্তু আদিক শোষিত কৰা প্রক্রিয়া

উদাহরণ : গছ-গছনিয়ে মাটিৰ পৰা পানী আৰু অন্যান্য খনিজ লৱণ শোষণ কৰি লয়

সমার্থক : শোহা-

चौपाल