পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে শুনা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

শুনা   ক্ৰিয়া

অর্থ : কথা মানি লোৱা

উদাহরণ : আজিকালিৰ লʼৰা-ছোৱালীয়ে কাৰো কথা নুশুনে

অর্থ : কোৱা হোৱা কথা বা শ্্ব্দৰ কাণেৰে হোৱা জ্ঞান

উদাহরণ : তেওঁ ্ ভগৱান সত্যনাৰায়ণৰ কথা শুনি আছে

সমার্থক : শ্রৱণ কৰা

অর্থ : কাৰোবাৰ কথা বা প্রার্থ্্নাৰ প্রতি ধ্যান দিয়া

উদাহরণ : ৰজাই ফৰিয়াদীৰ একো কথাই নুশুনিলে

चौपाल