পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে শুকাই যোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

শুকাই যোৱা   ক্ৰিয়া

অর্থ : শৰীৰ ক্ষীণাই যোৱা অৱস্থা

উদাহরণ : তেওঁ ্লাহে-লাহে ক্ষীণকায় হৈ গৈ আছে

সমার্থক : ক্ষীণকায় হোৱা, হাড় ওলাই অহা

অর্থ : অধিক ৰʼদ, সাৰ আদিৰ বাবে উদ্ভিদ মৰি যোৱা

উদাহরণ : পানীৰ অভাৱত গোটেই শস্যখিনি ্জঁই পৰিল

সমার্থক : জঁই ্পৰা, লেৰেলা

অর্থ : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা

উদাহরণ : অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে

সমার্থক : শুকোৱা

অর্থ : উজ্জ্বলতা কমি যোৱা

উদাহরণ : বেয়া খবৰটো পাই তেওঁৰ মুখখন ম্লান পৰি গʼল

সমার্থক : জঁয়্্ পৰা, নিস্তেজ হোৱা, বি্বর্ণ ্ হোৱা, মলিন হোৱা, মোলান পৰা, ম্লান পৰা, মৰহি যোৱা, শেঁত্া পৰা

चौपाल