পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে শিপা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

শিপা   বিশেষ্য

অর্থ : পানী আৰু আহাৰ আহৰণ কৰিবৰ কাৰণে মাটিত খামুচি থকা উদ্ভিদৰ নিম্নাংশ

উদাহরণ : আয়ুর্বেদিক চিকিৎসাত বিভিন্ন প্রকাৰৰ শিপা ব্যৱহাৰ কৰা হয়

সমার্থক : পম, মূল, শিহা, শিহৰি, শিয়া

অর্থ : ঔষধৰ কামত অহা গছৰ মূল বিশেষ

উদাহরণ : বৈদ্যই এডাল শিপা পিহি ৰোগীক তাৰ ৰস খুৱালে

चौपाल