অর্থ : কোনো বর্গ ্বা সমষ্টিৰ যিটো ভাগ স্বয়ং সম্পূর্ণ হয়
উদাহরণ :
এই সংস্থাৰ পাঁচটা অংগ আছে
সমার্থক : অংগ
অর্থ : কোনো বিষয় বা সিদ্ধান্তৰ বিষয়ে একেধৰণৰ মত পোষণ কৰা লোক বা শ্রেণী
উদাহরণ :
জৈন ধর্মৰ অন্তর্গত ্দুটা শাখা আছে- দিগম্বৰ আৰু শ্বেতাম্বৰ
সমার্থক : সম্প্রদায়