অর্থ : উপদ্রৱ কৰি জপিওৱা
উদাহরণ :
যʼতেই দুই-চাৰিটা লʼৰা-ছোৱালী গোট খাই, তাতেই লৰা ঢপৰা আৰম্ভ কৰি দিয়ে
সমার্থক : লৰা ঢপৰা
অর্থ : ইফালে সিফালে দৌৰিবলগীয়া হোৱা কোনো কামৰ উদ্যোগ
উদাহরণ :
মহেশে বহুত লৰা-ঢপৰা কৰাৰ পিছতহে নিজৰ ভায়েকক চাকৰি দিয়াব পাৰিলে
সমার্থক : দৌৰা-দৌৰি