পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে লেখনি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

লেখনি   বিশেষ্য

অর্থ : কোনো বিষয়ৰ ওপৰত লিখি প্রকাশ কৰা বস্তু

উদাহরণ : তেওঁৰ শিক্ষাহীনতাৰ ওপৰত লিখা লেখাটো আজিৰ বাতৰি কাকতত প্রকাশ পাইছে

সমার্থক : লিখনি, লেখা

অর্থ : লিখা বস্তু

উদাহরণ : তেওঁ ্সাহিত্যিকৰ লেখনি পঢ়ি ভাল পায়

সমার্থক : লিখনি

অর্থ : কাঠ, ইকৰা আদিৰে তৈয়াৰ কৰা কোনো লেখন উপকৰণ যাক চিয়াহীত ডুবাই-ডুবাই লিখা হয়

উদাহরণ : ছাত্রই ইকৰাৰ কলমেৰে লিখি আছে

সমার্থক : কলম

चौपाल