পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে লিপ-ইয়েৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

লিপ-ইয়েৰ   বিশেষ্য

অর্থ : চাৰিৰে বিভাজিত কৰিব পৰা গ্রেগেৰীয় কেলেণ্ডাৰৰ বর্ষ সংখ্যা

উদাহরণ : অধিবর্ষত ফেব্রুৱাৰী মাহটো ২৯ দিনীয়া হয়

সমার্থক : অধিবর্ষ, লিপ ইয়েৰ

অর্থ : সৌৰবর্ষ সম্পূর্ণ কৰিবৰ কাৰণে যুক্ত কৰা তিথি বা তাৰিখ বিশেষ

উদাহরণ : প্রতি চাৰিবছৰৰ মূৰত লিপ-ইয়েৰৰ দিনটো ফেব্রুৱাৰী মাহত যোগ কৰা হয়

चौपाल