পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে লাখ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

লাখ   বিশেষ্য

অর্থ : এশ হাজাৰৰ মুঠ সংখ্যা

উদাহরণ : তুমি কʼব পাৰিবানে লাখত কেইটা শূন্য থাকে

সমার্থক : লক্ষ

অর্থ : অংকৰ হিচাপত এককৰ স্থানৰ পৰা গণনা কৰিলে ষষ্ঠ স্থানত পোৱা মান যʼত লাখ গুণিতক পোৱা যায়

উদাহরণ : একলাখ চাৰিত লাখৰ স্থানত এক আছে

লাখ   বিশেষণ

অর্থ : এশ হাজাৰ

উদাহরণ : তেওঁ নিজৰ ভায়েকক এক লাখ টকা দিলে

সমার্থক : লক্ষ

चौपाल