পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ললাট শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ললাট   বিশেষ্য

অর্থ : যি নিশ্চিত আৰু অটল দৈৱ বিধান মতে মানুহৰ সকলো কার্য আগতেই ঠিক হৈ থকা বুলি বিশ্বাস কৰা হয় আৰু যাৰ স্থান কপালত বুলি মনা হয়

উদাহরণ : কর্মত বিশ্বাস কৰা লোকে ভাগ্য বিশ্বাস নকৰে

সমার্থক : কপাল, নিয়তি, ভাগ্য

অর্থ : মূৰৰ ওপৰৰ ফালে থকা সন্মুখৰ অংশ

উদাহরণ : ৰামৰ কপালৰ পৰা তেজ বিৰিঙিছে

সমার্থক : অগ্রশিৰ, আগমূৰ, কপাল, ভাল

चौपाल