পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে লঠঙা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

লঠঙা   বিশেষণ

অর্থ : যাৰ একেবাৰ ওপৰৰ অংশ, বস্তু আদি (বিশেষকৈ শোভাবর্ধনক্াৰী) কোনো কাৰণবশতঃ নাইকিয়া হৈছে

উদাহরণ : ধুমুহাৰ কাৰণে গোটেই হাবিখন লঠঙা হৈ গʼল গৰমৰ দিনত এই ্পর্বত ্লঠঙা হৈ পৰে

অর্থ : যাৰ কোনো কাৰণবশতঃ ডাল, পাত আদি একো নাইকিয়া হৈছে

উদাহরণ : খেতিয়কজনে লঠঙা গছ কাটি আছে

সমার্থক : লঠা-মূৰা, লঠৰা-মূৰা

অর্থ : পাত আৰু ঠাল-ঠেঙুলি আদি নথকা

উদাহরণ : খেতিয়কে লঠঙা গছজোপাৰ শিপা খান্দি আছে

चौपाल