পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে যৌৱন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

যৌৱন   বিশেষ্য

অর্থ : যি সময়ত কোনো লোক জোৱান হয়

উদাহরণ : তেওঁ নিজৰ গোটেই যৌৱন নিচাজাতীয় দ্রৱ্য সেৱন কৰিয়েই পাৰ কৰি দিলে

সমার্থক : তৰুণকাল, যুৱাৱস্থা, যৌৱনকাল

অর্থ : বাল্যাৱস্থা আৰু বৃদ্ধাৱস্থাৰ মাজৰ কালছোৱা বা যুৱক হোৱা অৱস্থা

উদাহরণ : মনোহৰৰ যৌৱন ভটিয়াবলৈ ধৰিছে

সমার্থক : তৰুণতা, যৌৱনকাল, যৌৱনাৱস্থা, সাবালকত্ব

चौपाल