পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে যোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

যোৱা   ক্ৰিয়া

অর্থ : কোনো প্রাণী, বস্তু আদি এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা কার্য

উদাহরণ : মন্ত্রী মহোদয় এতিয়া ইয়াৰ পৰা যাব

সমার্থক : গমন কৰা, প্রস্থান কৰা, ৰাওনা হোৱা

অর্থ : চলাচল কৰাত প্রবৃত্ত কৰা

উদাহরণ : তেওঁ ্লʼৰাটোৰ হাতত ধৰি গৈ আছে

অর্থ : এঠাইৰ পৰা আন এঠাইলৈ যোৱা

উদাহরণ : শিশুটোৱে থৰক-বৰককৈ খোজ কাঢ়িছে

সমার্থক : খোজ কঢ়া

चौपाल