পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে যুঁ্জাৰু শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

যুঁ্জাৰু   বিশেষ্য

অর্থ : সেনা বা ফৌজত থাকি যুদ্ধ কৰাজন

উদাহরণ : তেওঁ এজন ্ সাহসী সৈনিক

সমার্থক : চিপাহী, জোৱান, যোদ্ধা, সৈনিক, সৈন্য, ৰণুৱা

অর্থ : যিজনে যুদ্ধ কৰে

উদাহরণ : প্রকৃত যোদ্ধাই যুদ্ধভূমিত নিজৰ প্রাণ দিব পাৰে কিন্তু কেতিয়াও পিছ হুহকি নাহে

সমার্থক : যুজন্তা, যুজোঁতা, যুদ্ধকর্তা, যুদ্ধকাৰী, যোদ্ধা, সংগ্রামী, ৰণুৱা

যুঁ্জাৰু   বিশেষণ

অর্থ : যুদ্ধত কাম অহা

উদাহরণ : ভাৰতে ৰুছ দেশৰ পৰা চাৰিখন যুঁ্জাৰু বিমান ক্রয় কৰিলে

অর্থ : যুঁজ কৰোঁতা, যি পলৰীয়া নহয়

উদাহরণ : যুঁ্জাৰু যোদ্ধা ৰণভূমিত শ্বহীদ হʼল

সমার্থক : যুঁজন্ত্া, যুঁজোঁতা, যুদ্ধকর্তা, যুদ্ধকাৰী, যোদ্ধা

चौपाल