পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মৰহি যোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মৰহি যোৱা   ক্ৰিয়া

অর্থ : উজ্জ্বলতা কমি যোৱা

উদাহরণ : বেয়া খবৰটো পাই তেওঁৰ মুখখন ম্লান পৰি গʼল

সমার্থক : জঁয়্্ পৰা, নিস্তেজ হোৱা, বি্বর্ণ ্ হোৱা, মলিন হোৱা, মোলান পৰা, ম্লান পৰা, শুকাই যোৱা, শেঁত্া পৰা

অর্থ : উদ্ভিদ আদিৰ সেউজীয়া গুণ আঁতৰি যোৱা

উদাহরণ : গৰমৰ কাৰণে কিছুমান উদ্ভিদ মৰহি গৈছে

সমার্থক : লেৰেলি যোৱা

चौपाल