পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ম্লান শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ম্লান   বিশেষণ

অর্থ : যাৰ কান্তি মাৰ গৈছে

উদাহরণ : মাকক দেখিয়ে পুতেকৰ ম্লান মুখ উজ্বলি উঠিল

সমার্থক : অনুজ্জ্বল, নিষ্প্রভ, মলিন, স্তিমিত

অর্থ : যাৰ মন দুখী হৈ কোনো কথাৰ পৰা আঁতৰি গৈছে

উদাহরণ : তুমি চিন্তিত হৈ থকাৰ কথাটো তোমাৰ উদাস চেহেৰাটোৰ পৰাই জানিব পাৰি

সমার্থক : অন্যমনস্ক, উদাস, বিৰক্ত

অর্থ : যাৰ তেজ নাই বা যিজনৰ তেজৰ অভাৱ হৈছে

উদাহরণ : সদায় চিন্তিত হৈ থকাৰ কাৰণে তেওঁৰ চেহেৰা যৌৱনতে নিস্তেজ হʼবলৈ ধৰিছে

সমার্থক : অপ্রভ, আভাহীন, কান্তিহীন, তেজহীন, নিস্তেজ, মলীন, মোলান, শেতা

चौपाल