পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মোহৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মোহৰ   বিশেষ্য

অর্থ : সোণেৰে বনোৱা মুদ্রা

উদাহরণ : হৰপ্পাৰ খনন কার্যত কিছুমান সোণৰ মুদ্রা পোৱা গৈছিল

সমার্থক : সোণৰ মুদ্রা, সোণৰ মোহৰ, স্বর্ণ মুদ্রা, স্বর্ণমুদ্রা

অর্থ : সোণেৰে তৈয়াৰী মুদ্রা

উদাহরণ : তেওঁ ্ সোণাৰীৰ পৰা মোহৰৰ সলনি ধন লʼলে

সমার্থক : সোণৰ মুদ্রা

অর্থ : মোহৰ লগালে হোৱা ছাপ বা আকৃতি

উদাহরণ : তেওঁ ্কাগজত মৰা ছীলৰ ওপৰত চহী কৰিলে

সমার্থক : ছীল, ষ্টাম্প

অর্থ : সোণ বা ৰূপৰ মুদ্রা

উদাহরণ : বাদশ্বাহে পুৰস্কাৰ হিচাপে কবিক দুটা সোণৰ মোহৰ দিলে

অর্থ : ধাতুৰ টুকুৰা আদিৰ সহায়ত ছাপ বহুৱাই মোহৰ বনোৱা কার্য

উদাহরণ : টাকশালত টকা-পইচাৰ ছাপ মৰা হয়

মোহৰ   বিশেষণ

অর্থ : যিহত মোহৰ মৰা হৈছে

উদাহরণ : এই চেকখনত মোহৰ মৰা আছে

সমার্থক : ষ্টাম্প

चौपाल