পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মোহিত হোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মোহিত হোৱা   ক্ৰিয়া

অর্থ : সম্পূর্ণৰূপে মোহিত হোৱা কার্য

উদাহরণ : কৃষ্ণৰ বাঁহীৰ মাত শুনি গকুলবাসী মুগ্ধ হʼল

সমার্থক : আকলুৱা হোৱা, মুগ্ধ হোৱা, লালায়িত হোৱা

অর্থ : কাৰোবাৰ ৰূপ, গুণ আদিৰ কাৰণে তেওঁৰ ওপৰত সন্তুষ্ট, অনুৰক্ত বা মোহিত হোৱা

উদাহরণ : শ্যাম ৰাধাৰ সুন্দৰতাৰ প্রতি আসক্ত হৈছে মীৰা মোহনৰ প্রতি মোহিত হৈছে

সমার্থক : আসক্ত হোৱা

चौपाल