অর্থ : নগৰৰ ৰক্ষা আৰু ব্যৱস্থাপনা কৰা এজন প্রাচীন বিষয়া
উদাহরণ :
প্রাচীন কালত নগৰপাল নগৰৰ সকলোতকৈ ডাঙৰ বিষয়া আছিল
সমার্থক : নগৰপাল
অর্থ : প্রধান নগৰপালিকা
উদাহরণ :
শ্রীচন্দন শর্মাই পাঁচ বছৰৰ কাৰণে মেয়ৰ হিচাপে নিযুক্তি লাভ কৰিছে