পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মুকলি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মুকলি   বিশেষণ

অর্থ : যিটো বান্ধি ৰখা হোৱা নাই:মুকলি হৈ থকা চৰাইবোৰে আকাশত আনন্দতে কিচিৰ-মিচিৰ কৰি আছে

উদাহরণ :

সমার্থক : অনাচ্ছাদিত, অনাবৃত, উদং, উন্মুক্ত, খোলা, ঢঢৈয়া, ধোবাং বাং, ফলং, ফলং-লং, ফলংলঙীয়া, ফলঙা, মুকলি-হাকলি

অর্থ : যʼত কোনো ধৰণৰ বাধা নাথাকে

উদাহরণ : মুকলি বতাহত খোজকঢ়া স্বাস্থ্যৰ বাবে উপকাৰী

অর্থ : ঢাকি নৰখা বা আৱৰি নৰখা

উদাহরণ : উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা

সমার্থক : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, খোলা, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি-হাকলি

অর্থ : যʼত বতাহ চলাচল কৰাৰ কাৰণে খিৰিকি আদি থাকে

উদাহরণ : তেওঁৰ ঘৰটো আহল-বহল

সমার্থক : আহল-বহল, খোলা-মেলা, প্রশস্ত

चौपाल