অর্থ : মিশ্রণ কৰা বা মিহলোৱা কার্য
উদাহরণ :
খেতিয়কে খেতিপথাৰত দিবৰ বাবে সাৰৰ মিশ্রণ কৰি আছে
সমার্থক : মিহলি
অর্থ : দুই বা ততোধিক বস্তু একেলগে মিহলি কৰা কার্য
উদাহরণ :
কবিৰাজে ঔষধৰ মিশ্রণ কৰি আছে
সমার্থক : সংমিশ্রণ