পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মালায়ালী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মালায়ালী   বিশেষ্য

অর্থ : মালাবাৰৰ অধিবাসী

উদাহরণ : মন্দিৰত মালায়ালী আয়াপ্পা পূজা বৰ উলহ-মালহেৰে পালন কৰা হৈছে

সমার্থক : মালায়ালি

মালায়ালী   বিশেষণ

অর্থ : মালাবাৰৰ সৈতে সম্বন্ধ থকা বা মালাবাৰৰ

উদাহরণ : কথাকলি একপ্রকাৰৰ মালায়ালী লোক-নৃত্য

অর্থ : মালাবাৰত থকা বা বসতি কৰা

উদাহরণ : শীলাই এজন মালায়ালী লʼৰাৰ সৈতে বিয়াত বহিল

चौपाल